Show/Hide Keyboard Layout

জননীৰ সন্তান

- জ্যোতিপ্ৰসাদ আগৰৱালা

জননীৰ সন্তান জাগা

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ

মৃত্যু গছকি আনা জয় জিনি

কৰি দুৰ্জয় অভিযান

শক্তি গায়ত্ৰী মনত পেলোৱা

হ’বা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান

অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱজোৱান ।।

Hits: 2103